As

اَلنِّيَّةُ | Intentions

اَللَّهُمَّ إِنِّي نَوَيْتُ بِالصَّلَوٰةِ عَلَى النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ امْتِثَالاً لِّأَمْرِكَ وَتَصْدِيقًا لِنَبِيِّكَ مُحَمَّدٍ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ وَمَحَبَّةً فِيهِ وَشَوْقًا إِلَيْهِ وَتَعْظِيمًا لِّقَدْرِهِ وَلِكَوْنِهِ أَهْلاً لِّذَلِكَ
হে আল্লাহ, মই তোমাৰ আদেশ পালন কৰিবলৈ আৰু তোমাৰ নবী মুহাম্মাদ (ছাঃ)-ৰ প্ৰতি বিশ্বাস, প্ৰেম, তীব্ৰ হেঁপাহ আৰু মৰ্যাদাৰ প্ৰতি সন্মান জনাই দৰূদ পাঠৰ সংকল্প কৰিছোঁ যিহেতু তেওঁ ইয়াৰ যোগ্য
فَتَقَبَّلْهَا مِنِّي بِفَضْلِكَ وَإِحْسَانِكَ وَأَزِلْ حِجَابَ الْغَفْلَةِ عَنْ قَلْبِي وَاجْعَلْنِي مِنْ عِبَادِكَ الصَّالِحِينَ.
গতিকে তোমাৰ অনুগ্ৰহ আৰু দয়াৰে ইয়াক মোৰ পৰা গ্ৰহণ কৰা, মোৰ হৃদয়ৰ পৰা গাফিলতিৰ পৰ্দা আঁতৰাই দিয়া আৰু মোক তোমাৰ নেক বান্দাসকলৰ অন্তৰ্ভুক্ত কৰা
اَللَّهُمَّ زِدْهُ شَرَفًا عَلَىٰ شَرَفِهِ الَّذِيٓ أَوْلَيْتَهُ. وَعِزًّا عَلَىٰ عِزِّهِ الَّذِيٓ أَعْطَيْتَهُ.
হে আল্লাহ, তুমি তেওঁক যি সন্মান দান কৰিছা সেই সন্মানৰ ওপৰত অধিক সন্মান আৰু যি মৰ্যাদা দিছা তাৰ ওপৰত অধিক মৰ্যাদা বৃদ্ধি কৰা
وَنُورًا عَلَىٰ نُورِهِ الَّذِي مِنْهُ خَلَقْتَهُ وَأَعْلِ مَقَامَهُ فِي مَقَامَاتِ الْمُرْسَلِينَ. وَدَرَجَتَهُ فِي دَرَجَاتِ النَّبِيئِينَ.
তেওঁক যি নূৰৰ দ্বাৰা সৃষ্টি কৰিছা তাৰ ওপৰত অধিক নূৰ বৃদ্ধি কৰা আৰু ৰাছুল তথা নবীসকলৰ উচ্চ আসনসমূহত তেওঁৰ মৰ্যাদা আৰু স্থিতি উন্নীত কৰা
وَأَسْئَلُكَ رِضَاكَ وَرِضَاهُ يَا رَبَّ الْعَالَمِينَ. مَعَ الْعَافِيَةِ الدَّآئِمَةِ وَالْمَوْتِ عَلَى الْكِتَابِ وَالسُّنَّةِ وَالْجَمَاعَةِ وَكَلِمَتَيِ الشَّهَادَةِ عَلَىٰ تَحْقِيقِهَا مِنْ غَيْرِ تَبْدِيلٍ وَّلَا تَغْيِيرٍ.
হে বিশ্বজগতৰ প্ৰতিপালক, মই তোমাৰ সন্তুষ্টি বিচাৰোঁ আৰু কোনো সাল-সলনি নকৰাকৈ কোৰআন-ছুন্নাহৰ পথত কলিমা শাহাদাতৰ সত্যতাৰ সৈতে মৃত্যু কামনা কৰোঁ
وَاغْفِرْ لِي مَا ارْتَكَبْتُهُ بِفَضْلِكَ وَجُودِكَ وَكَرَمِكَ يَآ أَكْرَمَ الْأَكْرَمِينَ.
হে সৰ্বশ্ৰেষ্ঠ দাতা, তোমাৰ অসীম কৰুণা, দান আৰু উদাৰতাৰ জৰিয়তে মোৰ দ্বাৰা সংঘটিত সকলো পাপ আৰু ত্ৰুটি ক্ষমা কৰি দিয়া
وَصَلَّى اللَّهُ عَلَىٰ سَيِّدِنَا مُحَمَّدٍ خَاتَمِ النَّبِيِّينَ وَإِمَامِ الْمُرْسَلِينَ. وَعَلَىٰٓ ءَالِهِ وَصَحْبِهِ أَجْمَعِينَ. وَسَلَامٌ عَلَى الْمُرْسَلِينَ. وَالْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ.
আমাৰ নেতা মুহাম্মাদ (ছাঃ), শেষ নবী আৰু ৰাছুলসকলৰ ইমাম, তেওঁৰ পৰিয়াল আৰু সংগীসকলৰ ওপৰত ৰহমত আৰু শান্তি বৰ্ষিত হওক; সকলো প্ৰশংসা আল্লাহৰ বাবে