خَبِّرِي يَا نُسِيْمَةْ عَنْ مُغْرَم
হে মলয়া, এজন প্ৰেমিকৰ কথা কোৱা।
As
خَبِّرِي يَا نُسِيْمَةْ عَنْ مُغْرَمْ
شَجِي وَلْهَانْ عَاشِقِ الْأَنْوَارْ
হে মৃদু সমীৰণ, কোৱা এজন প্ৰেমিকৰ বাতৰি
যি দুখিত, বিৰহী আৰু ঐশ্বৰিক জ্যোতিৰ অনুৰাগী
أَنْتِ عَنِّي اشْتَكِي لُهْ عَنْ حَالِي
طُولَ اللَّيَالِي سَهْرَانْ كَيْ أَرَى الْمُخْتَارْ
মোৰ হৈ তেওঁক মোৰ অৱস্থাৰ কথা জনাই দিয়া
গোটেই ৰাতি উজাগৰে থাকোঁ কেৱল 'মুখতাৰ'ক দৰ্শন কৰিবলৈ
مَنْ يَلُمْنِي فِي غَرَامِي طَالَمَا عَاشِقْ جَمَالَكْ
كُنْ شَفِيعِي يَا تِهَامِي جُدْ تَعَطَّفْ بِنَوَالَكْ
মোৰ প্ৰেমত কোনে মোক গৰিহণা দিব পাৰে যেতিয়া মই তোমাৰ ৰূপৰ প্ৰেমিক
হে তিহামি, মোৰ মধ্যস্থতাকাৰী হোৱা, তোমাৰ মহানুভৱতাৰে মোক কৃপা কৰা
يَا مُحَمَّدْ يَا مُمَجَّدْ يَا مُؤَيَّدْ بِالْشَّفَاعَةْ
هَا أَنَا عِنْدَ بَابِك أَرْتَجِي الْأَنْظَارْ
হে মুহাম্মদ, হে মহিমান্বিত, হে শাফায়াতৰ শক্তিৰে সমৃদ্ধ
এই মই তোমাৰ দুৱাৰত ৰৈ আছোঁ, তোমাৰ এটি কৃপাদৃষ্টিৰ আশাত