إِنَّ فِي الْجَنَّةِ نَهْرًا مِنْ لَبَنْ
স্বৰ্গত সত্যই দুধৰ এটা নদী আছে
لَا إِلٰهَ إِلَّا اللّٰه للّٰه اللّٰه
لَا إِلٰهَ إِلَّا اللّٰه جُدْ عَلَيْنَا
স্বৰ্গত দুধৰ নদী আছে
আলী, হুছেইন আৰু হাসানৰ বাবে
إِنَّ فِي الْجَنَّةِ نَهْرًا مِنْ لَبَنْ
لِعَلِّىٍ وَحُسَيْنٍ وَحَسَنْ
নবীৰ পৰিয়ালৰ প্ৰেম আমাৰ বাবে কৰ্তব্য
আৰু এই প্ৰেমৰে আমিতো বিপদৰ ভয় নকৰোঁ
حُبُّ أَهْلِ البَيْتِ فَرْضٌ عِنْدَنَا
وَبِهَذَا الحُبِّ لَانَخْشَ المِحَنْ
যিকোনো লোক যি তেওঁলোকক ভাল পায়
দুখৰ অবিহনে স্বৰ্গত প্ৰৱেশ কৰে
كُلُّ مَنْ كَانَ مُحِبًّا لَهُمُ
يَدْخُلُ الْجَنَّةَ مِنْ غَيْرِ حَزَنْ