سَكَنَ الْفُؤَادَ فَعِشْ هَنِيئاً يَا جَسَدْ
হৃদয়ত প্ৰিয়তমৰ বাস, সেয়ে হে দেহ, সুখেৰে জীয়াই থাকা।
As
مَدَدْ مَدَدْ مَدَدْ مَدَدْ
مَدَدْ يَا رَسُولَ الله
সহায় কৰক, সহায় কৰক, সহায় কৰক, সহায় কৰক
হে আল্লাহৰ ৰচুল, আমাক সহায় কৰক
سَكَنَ الْفُؤَادَ فَعِشْ هَنِيئاً يَا جَسَدْ
هَذَا النَّعِيمُ هُوَ الْمُقِيمُ إِلَى الْأَبَدْ
প্ৰিয়জনে হৃদয়ত বসতি স্থাপন কৰিছে, গতিকে হে শৰীৰ, আনন্দত থাকা
এইটোৱেই সেই চিৰস্থায়ী সুখ, যি অনন্তকাললৈ বিৰাজমান
أَصْبَحْتُ فِي كَنَفِ الْحَبِيبِ وَمَنْ يَكُنْ
جَارَ الْحَبِيبِ فَعَيْشُهُ الْعَيْشُ الرَّغَدْ
তুমি এতিয়া প্ৰিয়জনৰ আশ্ৰয়ত আছা; আৰু যিজনে
প্ৰিয়জনৰ চুবুৰীয়া হৈ বাস কৰে, তেওঁৰ জীৱন সুখ আৰু স্বাচ্ছন্দ্যৰে পৰিপূৰ্ণ
عِشْ فِي أَمَانِ اللَّهِ تَحْتَ لِوَائِهِ
لَا خَوْفَ فِي هَذَا الْجَنَابِ وَلَا نَكَدْ
আল্লাহৰ নিৰাপত্তাত তেওঁৰ পতাকাৰ তলত বাস কৰা
এই সান্নিধ্যত কোনো ভয় নাই আৰু কোনো যন্ত্ৰণাও নাই
لَوْ أَبْصَرَ الشَّيْطَانُ طَلْعَةَ نُورِهِ
فِي وَجْهِ آدَمَ كَانَ أَوَّلَ مَنْ سَجَدْ
যদি চয়তানে তেওঁৰ সেই পোহৰৰ আভা দেখা পালেহেঁতেন
আদমৰ মুখমণ্ডলত, তেন্তে তেওঁৱেই প্ৰথমে চিজদাহ কৰিলেহেঁতেন
لَكِنَّ جَمَالَ اللَّهِ جَلَّ فَلَا يُرَى
إِلَّا بِتَخْصِيصٍ مِنَ اللَّهِ الصَّمَدْ
কিন্তু আল্লাহৰ সৌন্দৰ্য ইমানেই উচ্চ যে তাক দেখা নাযায়
কেৱল অবিনাশী আল্লাহৰ বিশেষ অনুগ্ৰহৰ বাহিৰে