رَبِّي خَلَقْ طَه مِنْ نُورْ
মোৰ প্ৰভুৱে নুৰৰ পৰা ত্বহাক সৃষ্টি কৰিলে।
As
رَبِّي خَلَقْ طَه مِنْ نُورْ فِيهْ اِحْتِرَامْ
نَادَاهُ أَقْبِلْ يَامُخْتَارْ أَنْتَ اْلأَمِينْ
মোৰ প্ৰভুৱে ত্বাহাক এক মৰ্যাদাপূৰ্ণ জ্যোতিৰ পৰা সৃষ্টি কৰিলে
তেওঁক আহ্বান কৰিলে: হে মনোনীতজন, আগবাঢ়ি আহক, আপুনিয়েই হ’ল আল-আমিন।
لَمَّاارْتَقَى الْبَيْتَ الْمَعْمُورْ صَلّى إِمَامْ
وَقَدْ دَنَا مِنْ رَبِّهِ الْبَاهِي الْجَلِيلْ
যেতিয়া তেওঁ বাইতুল মামুৰলৈ আৰোহণ কৰি ইমামতি কৰিলে
আৰু তেওঁ নিজৰ উজ্জ্বল তথা মহান প্ৰভুৰ নিচেই কাষ চাপি গ’ল।
إِنْ رُمْتَ أَنْ تَحْظى بِالْحُورْ يَوْمَ الْزِّحَامْ
صَلِّى عَلَى بَاهِي اْلأَنْوَارْ عَيْنِ الْيَقِينْ
যদি হাশ্বৰৰ দিনা আপুনি জান্নাতৰ হূৰ লাভ কৰাৰ আকাংক্ষা কৰে
তেন্তে সেই জ্যোতিৰ আধাৰ আৰু ধ্ৰুৱ সত্যস্বৰূপজনৰ প্ৰতি দৰূদ পাঠ কৰক।