لَمْ يَخْلُقِ الرَّحْمَنُ مِثْلَ مُحَمَّدٍ
পৰম কৰুণাময়ে মুহাম্মাদৰ দৰে কাকো সৃষ্টি কৰা নাই।
As
As
لَمْ يَخْلُقِ الرَّحْمَنُ مِثْلَ مُحَمَّدٍ
بَيْنَ الْوَرَى بَشَراً عَلَى الْإِطْلَاقِ
পৰম দয়ালুৱে মহম্মদৰ দৰে কাকো সৃষ্টি কৰা নাই
সমগ্ৰ সৃষ্টিজগতৰ মাজত এনে কোনো মানৱ নাই
كَلَّا وَلَا عَرَفَ الْخَلَائِقُ قَدْرَهُ
مَا فَوْقَهُ حَقّاً سِوَى الْخَلَّاقِ
সৃষ্টিকুলে কেতিয়াও তেওঁৰ মৰ্যাদা উপলব্ধি কৰিব পৰা নাই
সত্যই, সৃষ্টিকৰ্তাৰ বাহিৰে তেওঁৰ ঊৰ্ধ্বত আন কোনো নাই
مَاذَا أَقُولُ بِوَصْفِهِ وَمَدِيحِهِ
وَسَنَاهُ دَوْماً بَاهِرُ الْإِشْرَاقِ
তেওঁৰ গুণ বৰ্ণনা আৰু প্ৰশংসাত মই কি বা ক’ব পাৰোঁ?
তেওঁৰ জ্যোতিৰ আভাই চিৰকাল বিস্ময়কৰভাৱে জিলিকি থাকে
وَهُوَ الَّذِي لِلْخَلْقِ أُرْسِلَ رَحْمَةً
وَأَتَى يُتَمِّمُ مَكَارِمَ الْأَخْلَاقِ
তেওঁকেই সমগ্ৰ সৃষ্টিজগতৰ বাবে ৰহমত হিচাপে প্ৰেৰণ কৰা হৈছে
আৰু তেওঁ আহিছে চৰিত্ৰৰ মহত্ত্বক পূৰ্ণতা প্ৰদান কৰিবলৈ