قِفْ وَاسْتَمِعْنِي يَا نَدِيمْ
ৰোৱা আৰু মোৰ কথা শুনা, হে সখি।
As
قِفْ وَاسْتَمِعْنِي يَا نَدِيمْ
قَوْلًا بِمَعْنَاهُ أَهِيمْ
হে সখা, থিয় হোৱা আৰু মোৰ কথা শুনা
যাৰ গভীৰ অৰ্থত মই আত্মহাৰা হৈছোঁ
حَمَلَتْ بِأَحْمَدَ أُمُّهُ
وَالْسَّعْدُ كَانَ لَهَا خَدِيمْ
তেওঁৰ মাতৃয়ে আহমদক গৰ্ভত ধাৰণ কৰিলে
আৰু সৌভাগ্য তেওঁৰ চিৰসেৱিকা হ’ল
حَمَلَتْ بِأَزْكَى الْأَنْبِيَاءْ
نَسَبًا وَهَنَّاهَا الْكَرِيمْ
তেওঁ পবিত্ৰতম নবীজনক ধাৰণ কৰিলে
যাৰ বংশ মৰ্যাদাপূৰ্ণ আৰু মহিমাময় আল্লাহে তেওঁক অভিনন্দন জনালে
نَالَتْ بِهِ كُلَّ الْمُنَى
وَالْمَجْدِ وَالْعِزِّ الْمُقِيمْ
তেওঁৰ জৰিয়তে তেওঁ সকলো আশা লাভ কৰিলে
লগতে অক্ষয় মৰ্যাদা আৰু গৌৰৱ
يَا فَوْزَهَا بِالْمُصْطَفَى
حَازَتْ بِهِ الْشَّرَفَ الْعَظِيمْ
মুস্তাফাক লাভ কৰি তেওঁ কিমান যে ধন্য হ’ল
তেওঁৰ জৰিয়তে পালে এক মহান শ্ৰেষ্ঠত্ব
بُشْرَاكِ آمِنَةَ الْرِّضَى
بِمُحَمَّدٍ عَيْنِ الْنَّعِيمْ
হে সন্তুষ্টিৰ আমিনা, আপোনাৰ বাবে শুভ সংবাদ
নিয়ামতৰ মূল উৎস মুহাম্মাদক লাভ কৰি